মনতৃষ্ণা পেগু

“মোৰে ধন চেনাই মোৰে ধন চেনাই

জ্বলি পুৰি মৰিছো মই তোমাৰে কথা ভাবি।
তোমাৰ বুকুৰ সঁচা মৰম এবাৰ হলেও পাম বুলি।
(অ মোৰ চেনাইটি)2
তুমি মোৰ লগৰী হ’বা মোৰ চেনাইটি…..”
Continue reading

ধৰিত্ৰী কছাৰী

পিতৃ – মোহিত কছাৰী
মাতৃ – বিন্দা কছাৰী
জন্ম – ৩১/০১/১৯৮১
জন্ম স্থান – কটিয়ৰী গাওঁ (নিতাইপুখুৰী পানীদিহিং)
শিক্ষা – গাঁৱতে প্ৰাথমিক শিক্ষা গ্ৰহণ আৰু গাঁৱৰে কটিয়ৰী উচচতৰ মাধ্যমিক বিদ্যালয়ত Continue reading

সুপ্ৰীতি বৰুৱা

নবীন সাহিত্যিক সুপ্ৰীতি বৰুৱাৰ জন্ম হয় তিনিচুকীয়া জিলাৰ ঢলা চাহ বাগিছাত৷ পিতৃ মুক্তি যুজাৰু শিক্ষক থুলেন্দ্ৰ বৰুৱা আৰু মাতৃ স্বৰ্ণলতা বৰুৱা৷ শিক্ষা জীৱন আৰম্ভ হয় ঢলা চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ত৷ মাধ্যমিক শিক্ষা চৈখোৱা উচ্চ ইংৰাজী বিদ্যালয়ত তাৰ পাছত তিনিচুকীয়া মহাবিদ্যালয়ৰ পৰা উদ্ভিদ বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে৷
Continue reading

নিবিড় অনুৰাগ মানস

নাম: নিবিড় অনুৰাগ মানস
পিতৃ:গোবিন দত্ত
মাতৃ: লক্ষীমাই দত্ত
জন্ম: ৮-৮-১৯৯৪
জন্মস্থান: বৰপাক জিয়ামৰীয়া , মাছখোৱা , ধেমাজি |
Continue reading

বৈদ্য ব্রাইট বুঢ়াগোহাঁই

জন্ম-১৯৯২ চন ৷
পিতৃ-পানীন্দ্র বুঢ়াগোহাঁই |
মাতৃ-পদুমী বুঢ়াগোহাঁই ৷
গাওঁ-মৰিঢল, সুৱাহি, ধেমাজি ৷
শিক্ষ্যা-স্নাতক(শিক্ষাতত্ব)ডিব্রু মহাবিদ্যালয় ৷
Continue reading

সত্যজিৎ গগৈ

জন্ম–১৫ এপ্ৰিল ১৯৯১ চন।
জন্মস্থান– চাচনি, নাহৰকটীয়া ,ডিব্ৰুগড় ।
পিতৃ –তোলন গগৈ।
মাতৃ — ৰূপালী গগৈ
শিক্ষা — ডিব্ৰু মহাবিদ্যালয়ৰ পৰা বি এ পাছ । Continue reading