নিদ্ৰাহীনতা, তোমাৰ প্ৰেমত মাতাল প্ৰেমিক মই

জ্যোতিষ ভূঞাঁ, মাছখোৱা, ধেমাজি |
বহু দিন হ’ল তোমাৰ সতে
বন্ধুত্ব গঢ়াৰ
বন্ধুৰ পৰা প্ৰেম
ওম, প্ৰেম হৈ গ’ল তোমাৰ সতে
লাহে লাহে… Continue reading

নষ্টালজিয়া

মনচুমী শইকীয়া, ডেৰগাওঁ |
ইয়াত মাথো অবাধ্য
সময় বোৰ নষ্টালজিয়া হৈ পৰিল। তৃষ্ণাতুৰ নদী খনেও সলালে নিজৰ সুতি।

অভিশপ্ত সময়ৰ সাক্ষ্য বহন কৰি মোৰ সেই অপ্ৰকাশ্য ভাল পোৱাত মাথো তুমি আৰু তুমি,,,,,,,,।

লিমাৰিক

নন্দ চুতীয়া, অৱসৰ প্ৰাপ্ত গ্ৰন্থাগাৰ সহায়ক, ঢকুৱাখনা মহাবিদ্যালয়।
(১)
বুজিবাচোন আইজনীৰ মাক
ৰজাই ভাল দেখে যাক
ভেটিও নেলাগে তাক
(সেয়ে) চহকীয়েও পাই আক’
বিপিএল চাউলৰ কাৰ্ড Continue reading