আমাৰ সম্পৰ্কে

ফেহুঁজালিৰ সপোন
১। অসমীয়া ই-সাহিত্যত কিছু সংযোগৰ প্ৰচেষ্টা চলাম।
২। Online ব্যৱহাৰকাৰি সকললৈ সাহিত্যৰ সোৱাদ আৰু চিন্তাৰ খোৰাক যোগান ধৰাৰ চেষ্টা কৰিম।
৩। প্ৰকাশৰ বাট বিচাৰি ফুৰা নৱ প্ৰজন্মৰ সাহিত্যিক সকলক এখন মঞ্চ প্ৰদানৰ চেষ্টা কৰিম ।
৪। ফেচবুকত নিজৰ ৱালত নিৰৱে সাহিত্য চৰ্চা কৰি থকা সাহিত্যিক সকলক উত্সাহ প্ৰদান কৰি এক বহল পৰিসৰৰ পাঠকৰ মাজলৈ অনাৰ চেষ্টা কৰিম।
৫। সমাজৰ বিভিন্ন দিশত নিৰৱে অৱদান আগবঢ়াই থকা মহান ব্যক্তি সকল , বৰ্তমানেও প্ৰচাৰ মাধ্যমৰ পৰা অৱহেলিত হৈ আছে তেওঁলোকৰ চমু জীৱনী প্ৰকাশেৰে পাঠক তথা সমাজৰ সম্মুখত দাঙি ধৰা চেষ্টা কৰিম।
৬। অসমীয়া ঐতিহ্য আৰু পৰম্পৰাক নৱ প্ৰজন্মৰ আগত দাঙি ধৰাৰ চেষ্টা কৰিম।

 

উপদেষ্টা

  • যোগ গগৈ, শিৱসাগৰ
  • সুৰেন্দ্ৰ শদিয়া, তিনিচুকীয়া

 

প্ৰকাশক

  • প্ৰাঞ্জল বাইলুং, শিৱসাগৰ

অতিথি সম্পাদক

  • অনিতা গগৈ, নামৰূপ

সম্পাদকৰ কোঠালিত

  • শিবানী ফুকন, ধেমাজি
    ৮৪৭২০৫৪৪০১
  • মল্লিকা গগৈ, ধেমাজি
  • ৰণজিৎ ফুকন, শিৱসাগৰ
    ৮৩৯৯৮৭৯৫৪৫
  • জোনজোন বৰগোহাঞি, শিৱসাগৰ
    ৯৬১৩১৬১৫১০
  • দুৰ্লভ গগৈ, কাকপথাৰ, তিনিচুকীয়া
    ৮৭২৪৮৯৩৪৬০
  • বিপুল বৰা, ঢকুৱাখনা, লক্ষীমপুৰ
    ৮১৩৬০৫১১৬১
  • মোহন পাচনি, গহপুৰ
    ৯৮৬৪৭৮৭৮৪১
  • দেবজিত্ ভূঞা, মাজুলী
    ৭৮৯৬৮৯৬৫৭৭
  • গীতাশ্ৰী ওজা. শিৱসাগৰ
    ৯৬১৩৭৫২২৪৮
  • হেম চন্দ্ৰ কছাৰী,
    ধেমাজি
    ৯৯৫৭৫৪২০৭০